গহপুৰত বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে এজনৰ…

গহপুৰত বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে এজনৰ…
  • গহপুৰৰ কুকুৰজান নৈত অঘটন।
  • বাঢ়নী পানীত পৰি মৃত্যু হ'ল এজন যুৱকৰ।
  • মৃত যুৱকজনৰ নাম ভাৰ্গৱ হাজৰিকা।
  • গহপুৰ পৌৰসভাৰ হাজৰিকাচুকত সংঘটিত এই ঘটনা।
  • হেলেম ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰী আছিল ভাৰ্গৱ।
  • ভাৰ্গৱৰ মৃত্যুত পৰিছে শোকৰ ছাঁ।
  • কালিৰে পৰা গহপুৰৰ কেইবাখনো নৈৰ পানী বৃদ্ধি পোৱাত বাঢ়নী পানীয়ে সৃষ্টি কৰিছে জটিল পৰিস্থিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in