মিলা নাই অংক! ৫ জুলাইলৈ ৰেডিশ্বন ব্লুতে থাকিব বিসম্বাদী বিধায়ক…

মিলা নাই অংক! ৫ জুলাইলৈ ৰেডিশ্বন ব্লুতে থাকিব বিসম্বাদী বিধায়ক…
  • এতিয়াও মিলা নাই মহাৰাষ্ট্রৰ বিসম্বাদী অংক।
  • ৫ জুলাইলৈ হোটেল ৰেডিছন ব্লুত থাকিব বিসম্বাদী বিধায়ক।
  • অন্য়হাতে মহাৰাষ্ট্রৰ ৰাজনৈতিক সংকটৰ মাজতে বিজেপিৰ বিশেষ তৎপৰতা।
  • বিজেপিৰ সকলো বিধায়কক মুম্বাইত হাজিৰ হোৱাৰ নিৰ্দেশ।
  • ২৯ জুনত বিধায়ক সকলক উপস্থিত হোৱাৰ নিৰ্দেশ।
  • সহযোগী বিধায়ককো মুম্বাইত উপস্থিত হোৱাৰ নিৰ্দেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in