মহিলাক অপব্যৱহাৰ কৰি মেচ খেলিবলৈ নাপালে ২ ক্ৰিকেটাৰে…

  • চি কে নায়ুডু ট্ৰফী মেচ নেখেলাকৈয়ে ঘূৰি আহিব লগা হ'ল ২৩ অনুৰ্ধৰ দুজন দিল্লীৰ ক্ৰিকেটাৰ।
  • কলকাতাৰ পৰা ঘূৰি আহিব লগা হ'ল দিল্লীৰ ক্ৰিকেটাৰ দুজন ক্ৰমে কুলদীপ যাদৱ আৰু লক্ষ্য থাৰেজা।
  • হোটেলত এগৰাকী মহিলাক অপব্যৱহাৰ কৰাৰ অভিযোগতে মেচখন খেলিবলৈ দিয়া নহ'ল দুয়োগৰাকী খেলুৱৈক।
  • দিল্লী এণ্ড ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েশ্যন চমুকৈ ডিডিচিএ-য়ে এই সন্দৰ্ভত আৰম্ভ কৰিব তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in