নাগালেণ্ডত ৬ মাহৰ বাবে ম্যাদ বৃদ্ধি কৰা হৈছে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • নাগালেণ্ডত বৃদ্ধি কৰা হৈছে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ।
  • ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে এই ম্যাদ।
  • ৩০ ডিচেম্বৰ সোমবাৰৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হৈছে।
  • নাগালেণ্ডক পুনৰ ছমাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে।
  • ২০২০ বৰ্ষৰ ৩০ জুন লৈকে এই আইন কাৰ্যকৰী হৈ থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in