পদত্যাগ কৰক অতুল বৰাইঃ অগপৰ আমবাৰীৰ কাৰ্যালয়তে দলীয় কৰ্মীৰ প্ৰতিবাদ, ‘নামানো কা’, VIDEO

পদত্যাগ কৰক অতুল বৰাইঃ অগপৰ আমবাৰীৰ কাৰ্যালয়তে দলীয় কৰ্মীৰ প্ৰতিবাদ, ‘নামানো কা’, VIDEO
  • অগপৰ মুখ্য কাৰ্যালয় আমবাৰীত হুলস্থুলীয়া পৰিৱেশ।
  • কাক লৈ অগপ কৰ্মীৰ মাজত মত বিৰোধ।
  • গুৱাহাটী মহানগৰীৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল আমবাৰীৰ কাৰ্যালয়ত।
  • ২ ফৈদৰ মাজত হতাহতি পৰ্যন্ত হয় তাক লৈ।
  • পূৰ্বৰ প্ৰস্তাৱ বাহাল ৰখাৰ সিদ্ধান্।
  • ৪ জানুৱাৰীত আলোচনাৰ বাবে মাতিছে অতুল বৰাই।
  • গুৱাহাটী মহানগৰ কমিটিয়ে ইতিমধ্যে ঘোষণা কৰিছে তেওঁলোকে নামানে কা
  • কা বিৰোধী শ্ল'গান দিলে অগপ কৰ্মীয়ে।
  • সভাপতি অতুল বৰাকে ধৰি দলটোৰ সকলো মন্ত্ৰীৰ পদত্যাগৰো দাবী।
  • কেন্দ্ৰীয় সমিটিয়ে লোৱা সিদ্ধান্তই শুদ্ধ হ'ব নোৱাৰে।
  • দলে সিদ্ধান্ত লৈছিল কেব বিৰোধ কৰিবলৈ।
  • দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদে লৈছিল এই সিদ্ধান্ত।
  • দলৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত তলা মাৰি থোৱাৰ বােবে বাৰাণ্ডাতে বহিছিল এই বৈঠক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in