অসম

সুখচৰ আৰক্ষীৰ অভিযানত জব্দ ১১ টা চোৰাং গৰু

Asomiya Pratidin
  • মানকাচৰ-বাংলাদেশ সীমান্তত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

  • সুখচৰ আৰক্ষীৰ অভিযানত জব্দ ১১ টা চোৰাং গৰু।

  • সীমান্তৰ ৬০ বিঘা এলেকাৰ পৰা জব্দ কৰা হৈছে গৰু কেইটা।

  • বাংলাদেশলৈ নিয়া অৱস্থাত আৰক্ষীয়ে গৰু কেইটা জব্দ কৰে যদিও পলায়ন কৰে সৰবৰাহকাৰীৰ দল।

  • ইফালে বি এছ এফ বাহিনীয়েও জব্দ কৰিছে ৬ টা চোৰাং গৰু।

  • নদী সীমান্তৰ পৰা ৪৫ নং বেটেলিয়ান বি এছ এফে জব্দ কৰিছে গৰু কেইটা।