অসম

অৰুণাচলৰ কানুবাৰীত আলফা (স্বাঃ)ৰ ৩ জন লিংকমেনক আটক

Asomiya Pratidin
  • অৰুণাচলৰ কানুবাৰীত আলফা (স্বাঃ)ৰ তিনিজন লিংকমেনক আটক।

  • সোণাৰিৰ ধৃত সঞ্জয় দে আৰু সঞ্জয় দেৰ পুত্র সুজিত দে।

  • ধৃত আনজন নাগালেণ্ডৰ নকজান বস্তিৰ টাজাৱাং কন্যাক।

  • কানুবাৰীৰ পৰা আছাম ৰাইফলছে কৰায়ত্ত কৰে তিনিওজনকে।

  • আছাম ৰাইফলছে ধৃত তিনিওজনকে চমজাই দিয়ে সোণাৰি আৰক্ষীক।