অসম

মাৰ্ঘেৰিটাৰ কয়লা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ প্ৰায় ৩৪কোটি টকা

Asomiya Pratidin
  • মাৰ্ঘেৰিটাৰ এজন কয়লা ব্যৱসায়ীৰ ঘৰত আৰক্ষীৰ অভিযান।

  • পুৱতি নিশা চলা এই অভিযানত উদ্ধাৰ হৈছে ৩২ কোটি ৯৯ লাখ টকা।

  • ৰন লুংচাং নামৰ কয়লা ব্যৱসায়ীজনৰ ঘৰত উদ্ধাৰ এই টকাখিনি।

  • লিডু টিকক ৱেষ্ট মাইনিঙৰ অবৈধ কয়লাখনিত ৩ শ্রমিকৰ মৃত্যু হোৱা ঘটনাৰ সৈতে ব্যৱসায়ীজন জড়িত থকাৰ সন্দেহ।

  • বৰ্তমান পলাতক অৱস্থাত আছে কয়লা ব্যৱসায়ী ৰন লুংচাং।