অনুশাসন ভংগৰ অভিযোগত আপৰ পৰা নিলম্বন ৫ গৰাকীক... 
অসম

অনুশাসন ভংগৰ অভিযোগত আপৰ পৰা নিলম্বন ৫ গৰাকীক...

Asomiya Pratidin
  • আম আদমী পাৰ্টীৰ পৰা নিলম্বন ৫ গৰাকীকৈ ব্যক্তিক।

  • নিলম্বন কৰা হৈছে শিৱসাগৰৰ চন্দন জ্যোতি ফুকনক।

  • নিলম্বন কৰা হৈছে চৰাইদেউৰ মুনীন গগৈক।

  • নিলম্বন গুৱাহাটীৰ ব্রজেন সন্দিকৈ, অনুৰূপা বড়োকো।

  • নিলম্বন কৰা হৈছে নাৰায়ণ দত্ত ভূঞাক।

  • দলীয় অনুশাসন ভংগৰ অভিযোগত নিলম্বন আটাইকেইগৰাকীক।

  • ১৪ জুলাইত শিৱসাগৰৰ ডিমৌত সভা অনুষ্ঠিত কৰা সন্দৰ্ভত নিলম্বন।