অসম

আগৰতলাত ৮ গৰাকী বাংলাদেশী গ্ৰেপ্তাৰ

Asomiya Pratidin
  • ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত ৮ গৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ।

  • আগৰতলা ৰে'ল ষ্টেচনত কৰ্তব্যৰত জি আৰ পিয়ে গ্ৰেপ্তাৰ কৰে বাংলাদেশী কেইজনক।

  • গ্ৰেপ্তাৰ কৰা বাংলাদেশী কেইগৰাকীৰ ৫গৰাকী যুবতী আৰু ৩জন পুৰুষ।

  • অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ।

  • দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইগৰাকী।