অসম

অসম বাংলাদেশীৰ বাবে নহয়, কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা আছুৰ

asomiyapratidin
  • হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিয়া জাননীৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ।
  • কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশক মানি নোলোৱাৰ হুংকাৰ আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ।
  • চৰকাৰৰ এই নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও কয় তেওঁ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু চৰকাৰৰ এই নিৰ্দেশনা সন্দৰ্ভত ৩১ অক্টোবৰত ২৭টা জনগোষ্ঠীয় সংগঠনেৰ সৈতে হ'ব আছুৰ বৈঠক।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনাৰ বিৰুদ্ধাচৰণ কৰাৰ আহ্বান।
  • দিল্লীত বাহৰ পাতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই বিৰোধিতা কৰাৰ আহ্বান আছুৰ।