অসম

কংগ্ৰেছৰ পৰা পদত্য়াগ সাংসদ আব্দুল খালেকৰ

Asomiya Pratidin
  • পুনৰ কংগ্ৰেছত মোক্ষম আঘাত।

  • পদত্যাগ কৰিলে সাংসদ আব্দুল খালেকে।

  • কংগ্ৰেছ সভাপতি মালিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ পদত্যাগ পত্ৰ।

  • লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত হৈছিল সাংসদগৰাকী।

  • তাৰপাছতেই এই সিদ্ধান্ত।

  • পদত্যাগ কৰিয়েই দলৰ বিসম্বাদৰ কথা উল্লেখ খালেকৰ।