অসম

সামাজিক মাধ্যমত পোষ্ট দি ৰঙা ঘৰৰ আলহী অভিজিৎ অসম

Asomiya Pratidin
  • সামাজিক মাধ্যমত প’ষ্ট দি কামপুৰত গ্রেপ্তাৰ যুৱক।

  • শুকুৰবাৰে যুৱক জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

  • ধৃত যুৱকজন কামপুৰৰ অভিজিৎ লস্কৰ ওৰফে অভিজিৎ অসম।

  • আলফা সন্দৰ্ভত প’ষ্ট দিছিল অভিজিৎ লস্কৰে।

  • কিছুদিন পূৰ্বে উদয় অসমৰ মৃত্যুক লৈ আৰক্ষীৰ বিৰুদ্ধে দিছিল প’ষ্ট।

  • কামৰূপ আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিজিতক হাজিৰ কৰে আদালতত।