অসম

গুৱাহাটীত উপস্থিত গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য অধোক্ষজানন্দ

Asomiya Pratidin
  • গোৱৰ্ধন পীঠৰ জগতগুৰু শংকৰাচাৰ্য অধোক্ষজানন্দ গুৱাহাটীত উপস্থিত।

  • বিমান বন্দৰৰ পৰা কামাখ্যা মন্দিৰলৈ যায় জগতগুৰু গৰাকী।

  • কামাখ্যা মন্দিৰৰ পৰা তেখেত আহিব সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ বাসগৃহলৈ।

  • দেওবাৰে নলবাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'বলৈ অসমলৈ আহিছে তেওঁ।