অসম

অসম সন্মিলিত মৰ্চাৰ সভাপতি হ'ব অজিত কুমাৰ ভূঞা

Asomiya Pratidin
  • ভংগ নহয় অসম সন্মিলিত মৰ্চা।

  • কংগ্ৰেছক বাদ দি বাকীবোৰ বিৰোধী দল থাকিব মৰ্চাত।

  • মৰ্চাৰ নতুন সভাপতিৰ দায়িত্বত সাংসদ অজিত কুমাৰ ভূঞা।

  • মৰ্চাৰ কাৰ্যকৰী সভাপতি হ’ব জন ইংতি কাথাৰ।

  • আন এজন কাৰ্যকৰী সভাপতি হ’ব সুপ্ৰকাশ তালকদাৰ।

  • মৰ্চাৰ সাধাৰণ সম্পাদক হৈ থাকিব লুৰীণজ্যোতি গগৈ।

  • আন ৪টা সমষ্টিতো মৰ্চাই প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে চিন্তা- চৰ্চা কৰিছে।

  • সংবাদমেলযোগে এই কথা ঘোষণা কৰিলে অসম সন্মিলিত মৰ্চাৰ নেতৃত্বই।