akhil gogoi 
অসম

উন্নত চিকিৎসাৰ বাবে অখিল গগৈক নিয়া হ'ব দিল্লীলৈ...

Asomiya Pratidin
  • উন্নত চিকিৎসাৰ বাবে অখিল গগৈক নিয়া হ'ব দিল্লীলৈ।

  • জি এম চি এইছত ভৰ্তি হৈ আছে অখিল গগৈ।

  • হৃদৰোগত ৰোগত আক্ৰান্ত অখিল গগৈ।

  • জটিল অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন হ'ব শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীক।