মহানগৰীত দুখন বাহনসহ ৫ টাকৈ গৰু জব্দ...  
অসম

হাইলাকান্দিত মাৰণাস্ত্রসহ বিস্ফোৰক সামগ্রী জব্দ

Asomiya Pratidin
  • হাইলাকান্দিত মাৰণাস্ত্রসহ বিস্ফোৰক সামগ্রী জব্দ।

  • বজন্তীপুৰত আৰক্ষীৰ অভিযানত জব্দ এই অস্ত্র-শস্ত্র।

  • তামিজউদ্দিন লস্কৰ নামৰ লোকজনৰ ঘৰত উদ্ধাৰ বন্দুক, বিস্ফোৰক সামগ্রী।

  • হাইলাকান্দি আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে তামিজউদ্দিনক।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।