অসম

হাৰমতী বজাৰত আগ্নেয়াস্ত্র দেখুৱাই আতংক সৃষ্টি অৰুণাচলী যুৱকৰ

Asomiya Pratidin
  • হাৰমতী বজাৰত পিষ্টল দেখুৱাই আতংক সৃষ্টি অৰুণাচলী যুৱকৰ ।

  • আতংক সৃষ্টি কৰা দুই অৰুণাচলী যুৱক আৰক্ষীৰ জিম্মাত ।

  • ফল–মূলৰ ব্যৱসায়ীক পিষ্টল উলিয়াই ভাবুকি দিয়াৰ অভিযোগ।

  • পিতৃৰ অনুজ্ঞা পত্র থকা পিষ্টল লৈ আতংকৰ সৃষ্টি পুত্র ন্যিকিম মিছাই।

  • হাৰমতী আৰক্ষীয়ে দুয়োকে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।