- অভিনেতা আদিল হুছেইনলৈ অসম সাহিত্য সন্মিলনৰ বঁটা।
- "অসম অভিনয় ৰত্ন" বটা ঘোষণা কৰিলে সাহিত্য সন্মিলনে।
- মঙলবাৰে ঘোষণা কৰে এই বঁটা।
- ইতিমধ্যে অভিনয় জগতত নিজ পাৰদৰ্শিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয়সন্মান বুটলিবলৈ সক্ষম হৈছে শিল্পীজনে।
- অসমীয়া, হিন্দী, ইংৰাজী, বাঙালী, তামিল, মাৰাঠী, মালায়ালম, ফ্ৰেন্স ভিন্নভাষাৰ ছবিত অভিনয় কৰিছে অভিনেতা জনে।