অসম

গ্ৰেপ্তাৰ হ'ব পাৰে শুভলক্ষী দত্তঃ শুভলক্ষীক বিচাৰি মহানগৰীত শিৱসাগৰ আৰক্ষীৰ অভিযান

Asomiya Pratidin
  • শুভলক্ষী দত্তক বিচাৰি মহানগৰীত শিৱসাগৰ আৰক্ষীৰ অভিযান।

  • গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা আছে শুভলক্ষী দত্ত।

  • আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে শুভলক্ষীয়ে।

  • বনকৰা মহিলা নিৰ্যাতন চলোৱাৰ অভিযোগ আছে শুভলক্ষী দত্তৰ বিৰুদ্ধে।

  • নাজিৰাৰ নিজ বাসগৃহত বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলোৱা শুভলক্ষী দত্তক ঘটনাৰ বাবে নিলম্বন কৰিছিল অসম আৰক্ষীয়ে।

  • ইয়াৰ পাছতে মঙলবাৰে মহানগৰীৰ গুৱাহাটীত শুভলক্ষীক বিচাৰি অভিযান চলাই আৰক্ষীয়ে।

  • উল্লেখ্য প্ৰাক্তন বিজেপিৰ বিধায়ক কুশল দুৱৰীৰ বাসগৃহত এই অভিযান চলাই আৰক্ষীয়ে।

  • কুশল দুৱৰীৰ বাসগৃহতেই আত্মগোপন কৰিছিল শুভলক্ষীয়ে।