১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যসভাৰ ভাষণেৰে আৰম্ভ হ'ব এই অধিৱেশন। ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট। ২০২২-২৩ বৰ্ষৰ বাবে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে। ১ এপ্ৰিল পৰ্যন্ত অনুষ্ঠিত হ'ব এই অধিৱেশন।