ভূটানে এৰিব কুৰিশ্বু বান্ধৰ পানীঃ নামনি অসমত জলপ্ৰলয়ৰ আশংকা... 
অসম

ভূটানে এৰিব কুৰিশ্বু বান্ধৰ পানীঃ নামনি অসমত জলপ্ৰলয়ৰ আশংকা...

Asomiya Pratidin
  • নামনি অসমত পুনৰ জলপ্রলয়ৰ আশংকা।

  • ভূটানে এৰিব কুৰিশ্বু জলবিদ্যুৎ‍ প্রকল্পৰ অতিৰিক্ত পানী।

  • ইতিমধ্যে নিৰ্দিষ্ট জিলাসমূহক সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ প্রদান।

  • বেঁকী আৰু মানাহ নৈত বৃদ্ধি পাব জলস্তৰ।

  • আজি নিশা পানী এৰি দিয়া হ’ব বান্ধটোৰ।

  • ভূটান চৰকাৰে এই কথা জনাইছে অসম চৰকাৰক।

  • মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনালে এই কথা।

  • ইফালে বাক্সা জিলা প্ৰশাসনে এই সন্দৰ্ভত গ্ৰহণ কৰিছে আগতীয়া সুৰক্ষামূলক ব্যৱস্থা।

  • মুকলি কৰিছে হেল্প লাইন নম্বৰ।

বাক্সাৰ শালবাৰী ৰাজহ চক্ৰৰ পৰা জাৰি কৰা জাননী