অসম

আলফা(স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলী...

Asomiya Pratidin
  • সোণাৰিত এনকাউণ্টাৰ।

  • দেওবাৰে সংঘটিত এই ঘটনা।

  • আলফা স্বাধীনৰ লিংকমেনলৈ গুলী চালনা চৰাইদেউ আৰক্ষীৰ।

  • সোণাৰিৰ অভয়পুৰত সংঘটিত এই ঘটনা।

  • শনিবাৰে সেনা-আৰক্ষীৰ জালত পৰা আলফা স্বাধীনৰ সদস্য যোগেন গগৈৰ ভৰিত লাগিল গুলী।

  • গুলিবিদ্ধ যোগেন গগৈ আলফা স্বাধীনৰ পৰা আত্মসমৰ্পন কৰাৰ পাছতো লিংকমেন হিচাপে জড়িত আছিল ।