অসম

লাহৰীঘাটত কিশোৰীক শ্লীলতা হানিৰ চেষ্টা, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এজনক আটক...

Asomiya Pratidin
  • লাহৰীঘাটত হিন্দু কিশোৰীক ফুচুলাই নি মুছলমান যুৱকৰ শ্লীলতা হানিৰ চেষ্টা।

  • কথমপি ভয়ানক বিপদৰ পৰা ৰক্ষা দুই কিশোৰী।

  • ঘটনাৰ পাছতে এগৰাকী কিশোৰীয়ে মুখ্যমন্ত্ৰীলৈ পঠালে মেছেজ বাৰ্তা।

  • মেছেজ বাৰ্তা প্ৰেৰণৰ পাছতে বৰছলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা লম্পটক।

  • লম্পটটোৰ নাম নুৰ জামান সৰকাৰ ।

  • নুৰ জামানক লাহৰীঘাট আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে।

  • ঘটনাৰ সৈতে জড়িত আন দুজন পলাতক।