road accident road accident
অসম

তীব্ৰ বেগী বাহনে মহটিয়াই নিলে পথচাৰীক, থিতাতে মৃত্যু...

Asomiya Pratidin
  • বজালীৰ পাটাছাৰকুছিৰ ৩১নং ৰাষ্ট্রীয় পথত দুৰ্ঘটনা।

  • অচিনাক্ত চাৰিচকীয়া বাহনে মহটিয়াই নিলে পথচাৰীক।

  • বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।

  • থিতাতে নিহত লোকজন ভূপেন শৰ্মা বুলি চিনাক্ত।

  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখন।

  • ঘটনাস্থলীত পাটাছাৰকুছি আৰক্ষীৰ লোক উপস্থিত।