বৰপেটা

বৰপেটাৰ মুছলিমপট্টিত শোকাৱহ দুৰ্ঘটনা

Asomiya Pratidin
  • বৰপেটাৰ মুছলিমপট্টিত শোকাৱহ দুৰ্ঘটনা

  • ট্রাকৰ ভিতৰতে কাচৰ বাকচৰ হেঁচাত চালকৰ মৃত্যু

  • চৌধুৰী গ্লাছ কৰ্ণাৰ নামৰ ব্যৱসায়িক প্রতিষ্ঠানত সংঘটিত এই ঘটনা

  • ট্রাকৰ পৰা কাচৰ বাকচসমূহ নমাবলৈ লওতেই মুত্যুমুখত পৰে চালকজন

  • মৃত চালকজন ট্ৰাকখনৰে স্বত্বাধিকাৰী মহম্মদ

  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।