বৰপেটাৰ কালাইৰদিয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড... 
বৰপেটা

বৰপেটাৰ কালাইৰদিয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড...

Asomiya Pratidin
  • বৰপেটাৰ কালাইৰদিয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত ভস্মীভূত এটা পৰিয়ালৰ দুটাকৈ বাসগৃহ।

  • লাল বাহাদুৰ নামৰ লোকজনৰ বাসগৃহত এই অগ্নিকাণ্ড।

  • বিদ্যুতৰ তাঁৰ সংঘৰ্ষ হৈ সংঘটিত হয় অগ্নিকাণ্ড।

  • প্রায় ৫ লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত।

  • জুইত জাহ প্রয়োজনীয় নথি-পত্রসহ নগদ ১ লাখ টকা।