বৰপেটা

১০০ টকাত কোনে পালে ৭৬ লাখ টকীয়া গাড়ী? চাওঁক হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ ফলাফল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ঘোষণা হ'ল বহু অপেক্ষিত হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ ফলাফল। ৯৬ সংখ্যক হাউলী ৰাস উদযাপন সমিতিয়ে 'বহুমুখী সাংস্কৃতিক প্ৰকল্প, হাউলী' নিৰ্মাণৰ সাহাৰ্যৰ্থে অনুষ্ঠিত কৰি অহা লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে জনপ্ৰিয় হৈ পৰিছে উপহাৰ কুপনখেলখন।

উপহাৰ কুপন খেলৰ পুৰস্কাৰসমূহ

সেই অনুসৰি প্ৰথম পুৰস্কাৰ লাভ কৰিছে ৪৭৮৬৫৫৯ লটাৰী নম্বৰটোৱে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে ১৭৬৩৫৭ নম্বৰটোৱে। তৃতীয় পুৰস্কাৰ লাভ কৰিছে ২০৯৭৪৯ নম্বৰে।

সেইদৰে চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে ১৮০০৪৪ নম্বৰে। পঞ্চম পুৰস্কাৰ লাভ কৰিছে ১৯৩২৮৬ নম্বৰে। ষষ্ঠ পুৰস্কাৰ লাভ কৰিছে ২০৩৬৬৬৫ নম্বৰে। সপ্তম পুৰস্কাৰ লাভ কৰিছে ৩০১৯৬৩ নম্বৰে। অষ্টম পুৰস্কাৰ লাভ কৰিছে ১৩৫৫৩৬ নম্বৰে। নৱম পুৰস্কাৰ লাভ কৰিছে ১৩২১৬০ নম্বৰে আৰু দশম পুৰস্কাৰ লাভ কৰিছে ১৫৭৪৮৬ নম্বৰে।

সেইদৰে একাদিক্ৰমে একাদশৰ পৰা একবিংশ উপহাৰ লাভ কৰা নম্বৰসমূহ ক্ৰমে- ৩৩৬৬৩৬, ৩৫১৭৫১, ১০১২৯০২৮৮১২১, ২৯০১৫০, ৩৪৪৮৩৮, ২২৪৩২৭, ২২৯২৩১, ১৮৩৫১৩, ৪৬৬৪৮১ আৰু১৬১৯০০।