বৰপেটাত নিশা অগ্নিকাণ্ডঃ দুটাকৈ ঘৰ ভস্মীভূত... 
বৰপেটা

বৰপেটাত নিশা অগ্নিকাণ্ডঃ দুটাকৈ ঘৰ ভস্মীভূত...

Asomiya Pratidin
  • বৰপেটাৰ নিচানৰচৰ গাঁৱত নিশা ভয়াৱহ অগ্নিকাণ্ড।

  • ছানিদুল ইছলাম নামৰ লোকজনৰ ঘৰত এই অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত দুটাকৈ ঘৰ ভস্মীভূত।

  • প্রায় ৫ লাখ টকাৰ সা-সম্পত্তি অগ্নিকাণ্ডত ভস্মীভূত।

  • লগতে প্রয়োজনীয় বহু নথি-পত্রও জুইত জাহ।

  • ৰান্ধনী ঘৰৰ পৰা জুইৰ সূত্রপাত হোৱাৰ সন্দেহ।

  • স্থানীয় লোকৰ সহায়ত জুই নিৰ্বাপন।