বৰপেটা

বৰপেটাত পথ দুৰ্ঘটনাঃ কথমপি প্ৰাণ ৰক্ষা বাছ চালকৰ

Asomiya Pratidin
  • বৰপেটাৰ কয়াকুছিৰ জামতলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷

  • দুৰ্ঘটনাটিত কথমপি প্ৰাণ ৰক্ষা পৰে বাছ চালকজনৰ।

  • এএছ১৫চি৭৩৪৯ নম্বৰৰ এখন আল্ট্ৰা বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা গছত খুন্দা মাৰে ।

  • ভৱানীপুৰৰ পৰা কয়াকুছি অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ।

  • অৱশ্যে দুৰ্ঘটনাগ্ৰস্থ বাছখনত এজনো যাত্ৰী নথকাৰ বাবে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।