বৰপেটা

লাইনচ্যুত হৈ বাগৰি পৰিল মালবাহী ৰে’ল

Asomiya Pratidin
  • বৰপেটা ৰোডত সংঘটিত হয় ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।

  • লাইনচ্যুত হৈ বাগৰি পৰিল মালবাহী ৰে’ল।

  • ৰে’ল বিভাগৰ সামগ্ৰী কঢ়িয়াই আনিছিল ৰে’লখনে।

  • দুৰ্ঘটনাৰ পিছতে ৰে’ল বিভাগৰ হল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

  • ৰে’লখনৰ গতিবেগ কম থকাৰ বাবে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।

  • বৰপেটা ৰোড ৰে’ল ষ্টেচনৰ পৰা প্ৰায় সমীপতে সংঘটিত হয় এই দুৰ্ঘটনা।