অসম

বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু বটদ্ৰৱাৰ যুৱক...

Asomiya Pratidin
  • বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু বটদ্ৰৱা ৰাইডঙীয়া ৰজাগাঁৱৰ যুৱক প্ৰাঞ্জল বৰা।

  • দুই বন্ধুৰ সৈতে ৩ মে'ত গৈছিল ৰাইডঙীয়া ৰজাগাঁৱৰ পৰা ছেকেন্দ্ৰাবাদলৈ।

  • পেটৰ তাড়নাত চপন বৰা আৰু ৰাজীৱ কুমাৰ নাথৰ সৈতে কাম বিচাৰি বহিঃ ৰাজ্যলৈ গৈছিল প্ৰাঞ্জল বৰা।

  • সোমবাৰে পুৱা গোমতোলৰ চৈতণ্ডপুলিত উদ্ধাৰ প্ৰাঞ্জলৰ মৃতদেহ।

  • যুৱক জনৰ শৰীৰত আঘাট থকা মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে।

  • যুৱক জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।