অসম

আজিৰে পৰা বিধানসভাৰ বাজেট অধিৱেশন

Asomiya Pratidin
  • আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন।

  • পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ'ব বাজেট অধিৱেশন।

  • ১২ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব ২০২৪ বৰ্ষৰ ৰাজ্যিক বাজেট ।

  • ২৮ ফেব্ৰুৱাৰীত অন্ত পৰিব বিধানসভাৰ বাজেট অধিৱেশন ।

  • ৰাজ্যপালৰ ভাষণেৰে আৰম্ভণি হ'ব প্ৰথম দিনৰ কাম-কাজ ।