প্ৰতীকি ফটো 
অসম

বিহপুৰীয়াত ডকাইতি কাণ্ড

Asomiya Pratidin
  • বিহপুৰীয়াত নিশা সংঘটিত ডকাইতি কাণ্ড

  • বাহন ৰখাই চোকা অস্ত্র দেখুৱাই দুৰ্বৃত্তই লুটিলে ব্যৱসায়ীক

  • ব্যৱসায়ীৰ পৰা লুটি নিলে নগদ ২.৫ লাখ টকা

  • সুজিত পাল নামৰ ব্যৱসায়ীজনৰ বাহন ৰখাই লুটপাত

  • লালুক আৰু বঙালমৰাত টকা সংগ্রহ কৰি বিহপুৰীয়ালৈ উভতিছিল পাল

  • আমগুৰিৰ ত্রিনয়ন মন্দিৰৰ সমীপত সংঘটিত এই ঘটনা

  • এখন ছুইফট বাহন আৰু বাইকেৰে অহা ৫জনীয়া দুৰ্বৃত্তৰ লুটপাত

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত