দুৰ্ঘটনা road accident
অসম

চিৰাঙৰ ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

Asomiya Pratidin
  • চিৰাঙৰ বিজনী-পাণবাৰী পথত ভয়াৱহ দুৰ্ঘটনা।

  • স্কুটী আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।

  • মঙলবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • বিজনী-পাণবাৰী পথৰ ১নং চাৰাগাঁৱত সংঘটিত এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত থিতাতে নিহত স্কুটী আৰোহী।

  • বৰ্তমানলৈকে জানিব পৰা হোৱা নাই নিহতজনৰ পৰিচয়।

  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখনৰ চালক।