নিৰ্বাচনী প্ৰস্তুতিৰ মাজতে বিশ্বনাথত কংগ্ৰেছৰ প্ৰতিবাদ... 
অসম

নিৰ্বাচনী প্ৰস্তুতিৰ মাজতে বিশ্বনাথত কংগ্ৰেছৰ প্ৰতিবাদ...

Asomiya Pratidin
  • নিৰ্বাচনী পৰিৱেশৰ মাজতে বিশ্বনাথ জিলাত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।

  • বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ।

  • লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত কংগ্ৰেছৰ বেংক একাউণ্ট বন্ধ কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে এই প্ৰতিবাদ।

  • শাসকীয় বিজেপিয়ে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ।

  • প্ৰতিবাদকাৰীৰ মুখত বিজেপি বিৰোধী বিভিন্ন শ্ল'গান।

  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো তীব্ৰ সমালোচনা।