অসম

বিজেপি নেত্ৰীৰ আত্মহনন...

Asomiya Pratidin
  • আপত্তিজনক ফটো ভাইৰেল হোৱাত বিজেপি নেত্রীৰ আত্মহনন।

  • বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্রানী তহবিলদাৰৰ আত্মহনন।

  • মহানগৰীৰ বামুণীমৈদামৰ বাসগৃহত আত্মহত্যা কৰে ইন্দ্রাণী তহবিলদাৰে।

  • এজন শীৰ্ষ বিজেপি নেতাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত।

  • ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছতে ৰাজ্যিক বিজেপিত তীব্ৰ প্ৰতিক্ৰিয়া।

  • চেম্বাৰছ অৱ কমাৰ্ছৰ উপ-সভানেত্ৰী আছিল তহবিলদাৰ।

  • বৰ্তমান জি এম এইছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে তহবিলদাৰৰ মৃতদেহ।