অসম

বিজেপি কৰ্মীক প্ৰহাৰ কৰিলে কোনে?

Asomiya Pratidin
  • শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতীৰ ভোটাৰ ৰাইজৰ মাজত দাদাগিৰি ৷

  • নদুৱাৰ সমষ্টিৰ ৪নং চিৰুৱানিৰ কৰুণা চেণ্টাৰত বিজেপি কৰ্মীক মাৰধৰ কৰাৰ অভযোগ ৷

  • সভাপতি দাদুল বৰকাকতীৰ মাৰত আহত বিজেপিৰ বি এল অ আব্দুল কাচিম ৷

  • সভাপতি দাদুল বৰকাকতীৰ বিৰুদ্ধে বৰঘাট আৰক্ষী থানাত গোচৰ আব্দুল কাচিমিৰ ৷

  • ঘটনাস্থলীত উপস্থিত আৰক্ষী ৷