বড়োলেণ্ড

বনৰীয়া হাতীৰ গচকত মৃত্যু শিশুৰ

Asomiya Pratidin
  • কোকৰাঝাৰৰ সৰলপাৰাৰ শালবাৰীত বন্যহস্তীৰ আক্রমণ।

  • বনৰীয়া হাতীৰ গচকত মৃত্যু এটি শিশুৰ।

  • মৃত শিশুটি সোম হাসদাৰ পুত্র ইমানুৱেল হাসদা বুলি চিনাক্ত।