চিৰাঙৰ বিজনীত ৩ চোৰাং চিকাৰী আটক... 
বড়োলেণ্ড

চিৰাঙৰ বিজনীত ৩ চোৰাং চিকাৰী আটক...

Asomiya Pratidin
  • চিৰাঙৰ বিজনীৰ পাণবাৰীত আৰক্ষী, বন বিভাগৰ অভিযান।

  • ২নং কদমগুৰিৰ পৰা ৩টা চোৰাং চিকাৰীক আটক।

  • আটকাধীন চিকাৰী কেইটা ক্ৰমে আশোক ব্রহ্ম, ধনশিং গয়াৰী, বেৰগো মুছাহাৰী।

  • অভিযানত উদ্ধাৰ দুটা হস্তনিৰ্মিত বন্দুক জব্দ।

  • লগতে উদ্ধাৰ বহু বন্যপ্রাণীৰ হাড়।

  • অভিযানৰ সময়তে পলায়ন আন ৩টা চোৰাং চিকাৰীৰ।