বড়োলেণ্ড

ফল পালে বেঞ্জামিনেঃ ভিচিডিচিৰ অধ্যক্ষৰ পৰা অপসাৰিত আৰু ইউপিপিএল দলৰ পৰা নিলম্বিত

Asomiya Pratidin
  • বেঞ্জামিন বসুমতাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ।

  • ৫০০ টকীয়া নোটৰ ওপৰত শুই বসুমতাৰীয়ে তুলিছিল ফটো।

  • ভাইৰেল হৈছিল সেই ফটো সামাজিক মাধ্যমত।

  • ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ পদৰ পৰা অপসাৰিত কৰা হৈছে তেওঁক।

  • বিটিচি পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগে জাৰি কৰিছে এই সন্দৰ্ভত জাননী।

  • ইউপিপিএলৰ পৰাও অনিৰ্দিষ্টকাললৈ নিলম্বন কৰা হৈছে বসুমতাৰীক।