বড়োলেণ্ড

কোকৰাঝাৰত প্ৰচণ্ড ধুমুহা -বৰষুণ

Asomiya Pratidin
  • কোকৰাঝাৰত প্ৰচণ্ড ধুমুহা -বৰষুণৰ লগতে বিজুলী -ঢেৰেকনি ।

  • বালাজান তিনিআলিত ধুমুহাৰ ফলত ভাঙি পৰিল প্ৰকাণ্ড কৃষ্ণচুড়া গছ ।

  • দৈব্যক্ৰমে কোনো হতাহত নহ'ল ।

  • বিদ্যুতৰ খুটি ভাঙি চূৰ্ণ-বিচুৰ্ণ ।

  • ব্যস্ত জেডি পথ সম্পূৰ্ণৰূপে বন্ধ ।

  • কাৰিগাঁও -কোকৰাঝাৰ যাতায়ত বন্ধ ।

  • অঞ্চলটোত ব্যাহত হৈ পৰিছে বিদ্যুত ।