গোসাঁইগাঁৱৰ শিমলুটাপুত অবৈধ বিলাতী সুৰা জব্দ... 
বড়োলেণ্ড

গোসাঁইগাঁৱৰ শিমলুটাপুত অবৈধ বিলাতী সুৰা জব্দ...

Asomiya Pratidin
  • গোসাঁইগাঁৱৰ শিমলুটাপুত আৰক্ষীৰ অভিযান।

  • বাহনসহ জব্দ বুজন পৰিমাণৰ অবৈধ বিলাতী সুৰা।

  • পশ্চিমবংগলৈ সৰবৰাহৰ সময়তে জব্দ সুৰাখিনি।

  • BR 06 G 8732 নম্বৰৰ ট্রাকসহ জব্দ সুৰাখিনি।

  • আটক ট্রাকখনৰ চালক আৰু হেণ্ডিমেন।