বড়োলেণ্ড

কোকৰাঝাৰত সন্ধানহীন ছাত্রৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin
  • কোকৰাঝাৰত সন্ধানহীন ছাত্রৰ মৃতদেহ উদ্ধাৰ

  • ছাত্রজনৰ নাম দ্বীপজ্যোতি বসুমতাৰী

  • বৃহস্পতিবাৰে গৌৰাং নৈত গা-ধুবলৈ গৈ সন্ধানহীন হৈছিল ছাত্রজন

  • কেন্দ্রীয় কাৰিকৰী প্রতিষ্ঠানৰ ছাত্র দ্বীপজ্যোতি

  • ৪ সতীৰ্থৰ সৈতে বিয়লি গা-ধুবলৈ গৈছিল ছাত্রজন

  • মালিগাঁৱৰ ৰে’লৱে কলনিত ঘৰ ছাত্রজনৰ

  • শুকুৰবাৰে SDRF-এ উদ্ধাৰ কৰে ছাত্রজনৰ মৃতদেহ।