আত্ম সমৰ্পণ কৰা নাই এন এল এফ বিয়ে! 
বড়োলেণ্ড

আত্ম সমৰ্পণ কৰা নাই এন এল এফ বিয়ে!

Asomiya Pratidin
  • আত্ম সমৰ্পন কৰা নাই এন এল এফ বিয়ে!

  • সমস্যা সমাধান নোহোৱা পৰ্যন্ত আত্ম সমৰ্পন নকৰে এন এল এফ বিয়ে।

  • ওদালগুৰিত এই কথা স্পষ্ট কৰিলে সংগঠনটোৰ নেতৃত্বই।

  • 'বহিষ্কৃত নেতাই আত্ম সমৰ্পন কৰা মানে এন এল এফ বিয়ে আত্ম সমৰ্পন কৰা নুবুজাই।'

  • '৭ মাহ পূৰ্বেই সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিল উপ-সভাপতি বি বকোক।'

  • 'বকোৱে দুজনমান কেডাৰকলৈ কৰিছে আত্মসমৰ্পন।'

  • 'এন এল এফ বিয়ে আত্ম সমৰ্পন নকৰে।'

  • 'চৰকাৰৰ লগত আলোচনাৰ বাবে আমি সাজু।'

  • ওদালগুৰিত এই মন্তব্য এন এল এফ বিৰ সাধাৰণ সম্পাদক এন ফাঞ্জাৰীৰ।

  • ৰঞ্জন দৈমাৰী, এম বাথাৰ লগতে NDFB আৰু NLFBৰ সকলো নেতা-কেডাৰক মুকলি কৰি দিয়াৰো দাবী।

  • যিকোনো সময়তে আলোচনাৰ বাবে প্ৰস্তুত বুলিও জনালে সংগঠনটোৱে।