কোকৰাঝাৰত একেখন ট্ৰাকৰ খুন্দাত দুঠাইত ৭ জন নিহত... 
বড়োলেণ্ড

কোকৰাঝাৰত একেখন ট্ৰাকৰ খুন্দাত দুঠাইত ৭ জন নিহত...

Asomiya Pratidin
  • গোসাঁইগাঁৱৰ কচুগাঁও মহামায়া মন্দিৰৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • এখন ট্রাকৰ চেপাত থিতাতে নিহত ৫ জনকৈ লোক।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এজন লোক।

  • ব’ল ব’মলৈ গৈ পূজা দি ওভতাৰ সময়তে এই ঘটনা।

  • নিহতসকল ক্ৰমে সুক্রমন ৰায়, জয় ৰায়, বাপ্পি ঘোষ, বাসুদেৱ ৰায়, নৱ ঘোষ।

  • সংকটজনক অৱস্থাত বিনন ৰায়ক চিকিৎসালয়ত ভৰ্তি।

  • ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্রাকখনে।

  • কোকৰাঝাৰৰ বিষমুৰীতো একেখন ট্রাকৰ খুন্দাতে নিহত আন দুজন লোক।