অসম

ডিফুত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin
  • ডিফুত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

  • পদপথত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো

  • বৰ্তমানলৈ মৃতদেহটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই

  • জিনছ পেণ্ট আৰু ক’লা ৰঙৰ চোলা পৰিহিত মৃত ব্যক্তিজন

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।