অসম

বনৰীয়া ম'হৰ আক্ৰমণত নিহত মহিলা, উত্তপ্ত পৰিস্থিতি

Asomiya Pratidin
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত শোকাবহ ঘটনা।

  • বনাঞ্চলখনৰ সমীপৱৰ্তী বেলগুৰিত গাঁৱত বনৰীয়া ম'হৰ আক্ৰমণত নিহত এগৰাকী মহিলা।

  • নিহত মহিলা গৰাকীৰ নাম দীপা মুণ্ডা (৪৫)।

  • বৃহস্পতিবাৰে পুৱাই ঘটনাটো সংঘটিত হয়।

  • বহু সময় ধৰি ঘটনাস্থলীত বন‌বিভাগৰ লোক উপস্থিত নোহোৱাত উতপ্ত পৰিস্থিতি।