অসম

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুই ছাত্ৰ

Asomiya Pratidin
  • বকোৰ ছমৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা বাইক আৰোহীৰ।

  • শুকুৰবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • দুৰ্ঘটনাত থিতাতে নিহত দুজন বাইক আৰোহীৰ।

  • নিহত ছানিদুল ইছলাম আৰু হাৰুনাল ৰশিদ নামৰ দুজন ছাত্র।

  • সোণতলীৰ শ্বান একাডেমীৰ ছাত্র দুয়োজন।