বঙাইগাঁও

বঙাইগাঁৱত বিশ্বজিৎ দৈমাৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

Asomiya Pratidin

·         বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

·         বঙাইগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ সমীপত এই দুৰ্ঘটনা

·         দৈমাৰীৰ কনভয়ত থকা স্ক'ৰপিয়' বাহনত খুন্দা ট্ৰাকৰ

·         দুৰ্ঘটনাত আহত এজন আৰক্ষী উপ পৰিদৰ্শক

·         আহত উপ পৰিদৰ্শক গৰাকীৰ নাম মুমন্ত গোস্বামী

·         কোকৰাঝাৰৰ পৰা দৈমাৰী কনভয় গৈ আছিল শালমৰাৰ দিশে